Inaugural Session of Srimanta Sankardeva International Conclave on Youth& Social Development
শ্ৰীমন্ত শঙ্কৰদেৱৰ দৰে সাংস্কৃতিক অৱয়ব আৰু বিস্তৃতি থকা কেইজন প্ৰতিভাধৰ প্ৰাচীন আৰু মধ্যযুগৰ ভাৰতত আছিল তাত সন্দেহ আছে৷ তথাপি সৰ্বভাৰতীয় স্বীকৃতিৰ পৰা শ্ৰীমন্ত শঙ্কৰ যথাৰ্থতে বঞ্চিত৷ এনে এক প্ৰেক্ষাপটত শঙ্কৰদেৱক লৈ হ’ব পৰা চিন্তা আৰু গৱেষণাক বিশ্বৰ বিভিন্ন প্ৰান্তৰ যুৱ ছাত্ৰ সকলৰ সন্মুখত উপস্থাপন কৰাৰ লক্ষ্যৰে আয়োজিত শ্ৰীমন্ত শঙ্কৰদেৱ যুৱ আৰু সামাজিক উন্নয়ন সম্পৰ্কী?